Simanta shekhar biography of mahatma
Simanta shekhar biography of mahatma...
সীমান্ত শেখৰ
| সীমান্ত শেখৰ | |
|---|---|
২০১৬ চনত তেজপুৰত সীমান্ত শেখৰ | |
| প্ৰাথমিক তথ্য | |
| জন্মৰ নাম | সীমান্ত বৰ্মন |
| আন নাম | Sim |
| জন্ম | ১৮ মে', ১৯৮২ (৪২ বছৰ) টিহু, অসম, ভাৰত |
| সংগীতৰ প্ৰকাৰ | লোক সংযোজন, ভাৰতীয়/অসমীয়া শাস্ত্ৰীয সংগীত়, ভাৰতীয়/অসমীয়া লোক লোকসংগীত, এক'ষ্টিক লোকসংগীত, নেপথ্য গায়ন, ইণ্ডি-প'প |
| পেচা | কণ্ঠশিল্পী, সংগীতজ্ঞ, সংগীত প্ৰযোজক, সুৰকাৰ |
| বাদ্যযন্ত্ৰ | কণ্ঠসংগীত, এক'ষ্টিক গীটাৰ, হাৰমনিয়াম |
| কাৰ্যকাল | ২০০৫ - বৰ্তমানলৈকে |
| ৰেকৰ্ড লেবেল | টাইমছ্ মিউজিক |
| ৱেবছাইট | www.simantashekhar.com |
সীমান্ত শেখৰ (ইংৰাজী: Simanta Shekhar, জন্ম: ১৮ মে' ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ।[1] সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা মূলসুঁতিৰ গীত 'তৰা দৈ' জনপ্ৰিয় হিট হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮২ চনৰ ১৮ মে' তাৰিখে অস